সত্তা..... এক অবিৰত যাত্ৰা…..
Pages
Home
Wednesday, March 2, 2011
পানী
আৱৰণ খুলি দিব পৰা হ
'
লে
ময়ো হ
'
লোঁহেঁতেন
তোমাৰ দৰে....
হৃদয়ৰ হালধীয়াবোৰ চিৰাচিৰ কৰি
তুমিয়েইতো
পিন্ধাই গ
'
লা মোক
স্বচ্ছতাৰ আভৰণ....
************
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment